➡️➡️➡️➡️ঐতিহাসিক চনসমুহ🔜🔜🔜



১৫২৬ পানিপথৰ প্ৰথম যুদ্ধ !
১৫৫৬ পানীপথৰ দ্বিতীয় যুদ্ধ !

১৬১৫ ভৰালীৰ যুদ্ধ
১৬৩৯ অসুৰ আলীৰ সন্ধি
১৬৬২ মিৰজুমলাৰ অসম আক্ৰমণ !
১৬৬৩ ঘিলাধাৰী ঘাটৰ সন্ধি
১৬৬৯ আলাবৈৰ ৰণ
১৬৬৯ গুৰুদ্বাৰা, ধুবুৰী
১৬৭১ শৰাইঘাট যুদ্ধ !
১৬৮২ ইটাখুলি ৰণ !

১৭৫৭ প্লাচিৰ যুদ্ধ !
১৭৬১ পানীপথৰ ৩য় যুদ্ধ !


১৮০৫ মোৱামোৰীয়া বিদ্ৰোহ
১৮১৭ মানৰ প্ৰথম আক্ৰমণ
১৮১৯ মানৰ দ্বিতীয় আক্ৰমণ
১৮২১ মানৰ তৃতীয় আক্ৰমণ
১৮২৩ অসমত চাহ আবিষ্কাৰ !
১৮২৬ ইয়াণ্ডাবু সন্ধি
১৮৩০ পিয়লি ফুকনৰ ফাঁচী
১৮৩৭ অসমত বাংলা ভাষাৰ প্ৰচলন !
১৮৪৩ শিৱসাগৰত প্ৰথমটো হাইস্কুল স্থাপন
১৮৪৬ অৰুণোদয় সংবাদপত্ৰৰ প্ৰকাশ
১৮৫৮ মণিৰাম দোৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী
১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন !
১৮৭৪ বংগৰ পৰা অসম পৃথক হয়
১৮৮২ অসমত ৰেলসেৱা প্ৰৱতন কৰা হয় !
১৮৮৩ ব্ৰহ্মপুত্ৰ নদীত প্ৰথম জাহাজ চলে
১৮৮৪ যোৰহাট সাৰ্বজনিক সভা গঠন !
১৮৮৮ অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন !
১৮৮৯ জোনাকী আলোচনী প্ৰকাশ !
১৮৯৭ অসমত প্ৰৱল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়


১৯০১ কটন কলেজৰ প্ৰতিষ্ঠা হয়,
১৯০১ ডিগবৈত তেল শোধনাগাৰ স্থাপন হয়
১৯০৩ অসম অসম এছচিয়েচনৰ জন্ম
১৯০৫ অসম এছচিয়েচনৰ প্ৰথম অধিবেশন !
১৯১২ টাইটানিক জাহাজ ডুব গৈছিল !
১৯১৩ ৰবীন্দ্ৰনাথৰ ঠাকুৰক নবেল বঁটা প্ৰদান কৰা হয় !
১৯১৭ অসম সাহিত্য সভা গঠন !
১৯২০ অসহযোগ আন্দোলন !
১৯২১ মহত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ
১৯৩৪ অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে স্বীকৃতি !
১৯৩৫ অসমত স্বায়ত্ব শাসন প্ৰৱৰ্তন
১৯৩৫ জয়মতী ছবি মুক্তি লাভ !
১৯৪২ ভাৰত ত্যাগ আন্দোলন৷ 
১৯৪৩ কুশল কোৱঁৰৰ ফাঁচী
১৯৪৭ অসম মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজৰ স্থাপন
১৯৪৮ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা !
১৯৪৮ গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা !
১৯৪৮ অসম কৃষি বিশ্ববিদ্যালয় গঠন !
১৯৫২ বড়ো সাহিত্য সভা গঠন !
১৯৫৪ নিৰ্বাচিত আয়োগ গঠন !
১৯৬১ অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি !
১৯৬২ শৰাইঘাট দলং উদ্বোধন
১৯৬৪  IDBI বেংক প্ৰতিষ্ঠা !
১৯৬৫ ডিব্ৰুগড় বিশ্ববিদ্যালৰ স্থাপন
১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন !
১৯৬৯ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থাপন
১৯৭০ গুৱাহাটী ত চাহ উদ্যোগ প্ৰতিষ্ঠা 
১৯৭১ অসমত কাগজ কল স্থাপন !
১৯৭৩ অসমৰ ৰাজধানী দিচপুৰত স্থাপন !
১৯৭৯ অসম আন্দোলন আৰম্ভ, অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন
১৯৮২ NABARD প্ৰতিষ্ঠা !
১৯৯৭ বগীবিল দলং ( ডিব্ৰুগড়ত ৪ৰ্থ খন ) আধাৰশীলা স্থাপন।

২০০৩ B.T.C  গঠন !
২০১৫ নিটি আয়োগ গঠন !





Practice bellow




সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত প্ৰশ্নোত্তৰী Quiz

Lets try It

Question of

Good Try! শুভেচ্ছাৰে সৈতে জনাইছো-
আপোনাৰ ৰ ভিতৰত টাৰ উত্তৰ সঠিক হৈছে।
আপোনাৰ প্ৰাপ্তাংক ।













অসমৰ ইতিহাস


কুইজ-১                কুইজ-২


কুইজ-৩                কুইজ-৪


কুইজ-৫                কুইজ-৬


কুইজ-৭                কুইজ-৮


কুইজ-৯


কুইজ-১০                কুইজ-১১


কুইজ-১২                কুইজ-১৩


কুইজ-১৪                কুইজ-১৫




ASSAM HISTORY


QUIZ-1                QUIZ-2


QUIZ-3                QUIZ-4


QUIZ-5                QUIZ-6


QUIZ-7                QUIZ-8


QUIZ-9


QUIZ-10                QUIZ-11


QUIZ-12                QUIZ-13


QUIZ-14                QUIZ-15


QUIZ-16                QUIZ-17


QUIZ-18                QUIZ-19


QUIZ-20


QUIZ-21                QUIZ-22


QUIZ-23