১) তথ্যৰ চিনাক্তকৰণঃ-

বিদ্যালয়ৰ নামঃ-

শ্ৰেণীঃ- নৱম

ছাত্ৰ-ছাত্ৰীৰ সংখ্যাঃ-

ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিঃ-

গঢ় বয়সঃ- ১৪+

পিৰিয়ডঃ-

পাঠদানৰ সময়সীমাঃ-

বিষয়ঃ- অসমীয়া

পাঠৰ নামঃ- অন্যৰ প্ৰতি ব্যাৱহাৰ

পাঠ্যপুথিৰ নামঃ- সাহিত্য সুবাস

লেখকৰ নামঃ-সত্যনাথ বৰা

শিক্ষক প্ৰশিক্ষাৰ্থীৰ নামঃ- (নিজৰ নাম)

শিক্ষক প্ৰশিক্ষাৰ্থীৰ ৰোলনংঃ-

তাৰিখঃ-

 

২) সাধাৰণ উদ্দেশ্যঃ-

 

(ক) মাতৃভাষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি কৰা।

(খ) ছাত্ৰ-ছাত্ৰীৰ মাজত শব্দৰ ভৰাল চহকী কৰা।

(গ) ছাত্ৰ-ছাত্ৰী সকলক গদ্য পঢ়ি শব্দৰ অৰ্থ বুজি যথাযথভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সমৰ্থবান কৰি তোলা।

(ঘ) ছাত্ৰ-ছাত্ৰীৰ ভাষাজ্ঞান বৃদ্ধি কৰা।

(ঙ) অন্যক কিদৰে সন্মান জনাৱ লাগে তাক ছাত্ৰ-ছাত্ৰীৰ মনত অংকিত কৰা।

 

৩) শিকন সঁজুলিঃ-

 

(ক) সাধাৰণ সঁজুলিঃ- চকমাটি, ডাষ্টাৰ, কৃষ্ণফলক, পাঠ্যপুথি, নিৰ্দেশক মাৰি।

(খ) বিশেষ সঁজুলিঃ- এজন চৰিত্ৰবান ব্যাক্তিৰ আলোকচিত্ৰ লগতে সমাজত তেখেতৰ বিশেষ প্ৰভাৱসমূহৰে এটা চাৰ্ট।


৪) প্ৰস্তাৱনাঃ-

স্তৰ

পূৰ্বজ্ঞানৰ ধাৰণা

শিক্ষকৰ কাৰ্যাৱলী

শিক্ষাৰ্থীৰ কাৰ্যাৱলী

প্ৰ

 

 

 

 

 

স্তা

 

 

 

 

 

 

 

 

 

 

 

না

পূৰ্বজ্ঞানৰ পৰীক্ষা আৰু মনোযোগ আকৰ্ষণৰ বাবে যতন কৰা।

  সঠিক সময়ত শিক্ষকে শিক্ষণ সামগ্ৰী লৈ শ্ৰেণীকোঠাত হৰ্সিত মূখেৰে প্ৰৱেশ কৰিব লগতে শ্ৰেণীৰ সাজ সজ্জা ঠিক আছেনে নাই তাক সুনিশ্চিত কৰিব।

  শিক্ষকে পূৰ্ৰজ্ঞানৰ পৰীক্ষা কৰিৱলৈ অন্যান্য বিষয়ৰ লগত সংগতি ৰাখি দুই তিনিটা মান মুকুলি প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকলক কৰিব।

 

প্ৰশ্নঃ-

ক) আমি কিয় শ্ৰেষ্ট জীৱ?

 

খ) নিজ পৰিয়ালৰ বিনম্ৰ ব্যাক্তিৰ ওচৰত যাৱলৈ তোমাৰ কেনে লাগে?

গ) তোমালোক ৰাগিয়াল ব্যাক্তিৰ লগত সাক্ষাত কৰিৱলৈ সদায় ইচ্ছুক নে?

ঘ) ঘৰত ভিক্ষুক বা সাধাৰণ মানুহ আহিলে তাৰ লগত কেনে আচৰনৰ ৰাখিৱ লাগে?

 

পাঠ ঘোষণাঃ-

প্ৰশ্নসমূহৰ যথাযত উত্তৰ পোৱাৰ পিছতে শিক্ষকে, আজি আমি পাঠটিৰ নাম ঘোষণা কৰি কৱ আজি আমি সমাজত, নিজ গৃহত, অনুষ্ঠান প্ৰতিষ্ঠান আৰু অন্তৰৰ পৰা আমাৰ আচৰণ অন্যৰ প্ৰতি কেনে হব লাগে সেই বিষয়ে লিখা ´অন্যৰ প্ৰতি ব্যাৱহাৰ´ নামৰ পাঠটি আলোচনা কৰিম।

কৃষ্ণফলকত পাঠটিৰ নাম স্পষ্টকৈ লিখি দিৱ।

ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাৰ লগে লগে থিয় হৈ আদৰণি জনাৱ লগতে শ্ৰেণীকক্ষত অনুসাশন মানি চলি পাঠদান কাৰ্ষক ফলপ্ৰসু কৰাত সহায় কৰিব।

 

 

 

উত্তৰঃ-

উঃ- আমি ভাল বেয়া নিজে বিচাৰ কৰিৰ পাৰো।

উঃ- ভাল লাগে, কেতিয়াৱা স্বেচ্ছাত ও যাও।

উঃ- নহয়, বিষেশ দৰকাৰত হে যাওঁ।

উঃ- বিনম্ৰতাৰে তাৰ আবেদন শুনিৱ লাগে।

 

 

 

শিক্ষকে ঘোষণা কৰা পাঠটিৰ শিৰোনাম ছাত্ৰ-ছাত্ৰীসকলে নিজবহীত লিখিৱ।


৫) উপস্থাপনঃ-

স্তৰ

শিক্ষণীয় বিষয়বস্তু

বিশেষ উদ্দেশ্য

শিক্ষকৰ কাৰ্যাৱলী

শিক্ষাৰ্থীৰ কাৰ্যাৱলী

আকাংঙ্খিত ফলাফল

 

 

 

 

 

 

 

 

 

 

স্থা

 

 

 

 

 

 

 

শিক্ষকৰ আদৰ্শ পাঠ

 

 

 

 

 

ছাত্ৰ-ছাত্ৰীৰ মাজত শুদ্ধ আৰু স্পষ্ট পঠনৰ অভ্যাস কৰোঁৱা ।

 

 

শিক্ষকে যতি, বিৰামচিহ্ন আদিৰ সঠিক ব্যাৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ আ্ৰগত পাঠখিনি শ্ৰুতিমধুৰ হোৱাকৈ সৰৱ পঠন কৰিব আৰু ছাত্ৰ-ছাত্ৰীয়ে তাক অনুসৰণ কৰিব।

প্ৰথমে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ সৰৱ পঠন নিৰৱে শুনি যাৱ তাৰ পিছত শিক্ষকৰ নিৰ্দেশমৰ্মে সেইখিনি অনুসৰণ কৰিব।

ছাত্ৰ-ছাত্ৰীয়ে সৰৱ আৰু নিৰৱ পঠনৰ কৌশল আয়ত্ব কৰিৱ।

ছাত্ৰ-ছাত্ৰীৰ সৰৱ আৰু নিৰৱ পঠন।

ছাত্ৰ-ছাত্ৰীক সৰৱ আৰু নিৰৱ পঠনৰ কৌশল শিকোৱা

ইয়াৰ পিছতে শিক্ষকে এটা এটাকৈ ছাত্ৰক পঠনৰ বাৱে আগ্ৰহ কৰিৱ আৰু ভূল হ´লে সুধৰাই দিৱ।

প্ৰতিজন ছাত্ৰই এই ক্ষেত্ৰত নিৰ্দেশ মানিৱ আৰু বাকী ছাত্ৰ-ছাত্ৰীয়ে সেই সময়ছোৱাত নিৰৱতা অৱলম্বন কৰিৱ।

ছাত্ৰ-ছাত্ৰীৰ মাজত সৰৱ আৰু নিৰৱ পঠনৰ কৌশলৰ বিকাশ ঘটিৱ।

কঠিন শব্দৰ অৰ্থৰ ভাঙনি

শব্দৰ ভঁৰাল চহকী কৰা আৰু প্ৰযোগ শিকোৱা।

শিক্ষকে কঠিন শব্দৰ অৰ্থ কৃষ্ণফলকত লিখি দিৱ।

প্ৰোঢ়ী- জনাজাত ।

চাটকাৰ- ছলাহী কথাৰে অন্তৰ জয় কৰা ।

শিক্ষাৰ্থীয়ে শিক্ষকৰ নিৰ্দেশমৰ্মে নিজ বহীত শব্দবোৰ লিখি লৱ।

পাঠটোত ব্যাৱহৃত হোৱা শব্দ আৰু অৰ্থ সম্পৰ্কে জ্ঞান লাভ কৰিৱ।

Turn to Portable


৬) সামৰণিঃ-

স্তৰ

শিক্ষকৰ কাৰ্যাৱলী

ছাত্ৰ-ছাত্ৰীৰ কাৰ্যাৱলী

সা

 

 

 

 

 

 

 

 

 

 

 

 

ণি

পাঠদানৰ সময়সীমা উকলিবৰ হোৱাত শিক্ষকে পাঠখিনিৰ সম্বন্ধে দিয়া ধাৰণাৰ চমু পুনৰাবৃত্তি কৰিৱ আৰু ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হ´ল নে নাই তাক সুনিশ্চিত কৰিব, যাৰ বাবে শিক্ষকে পাঠদান কৰা বিষয়ত কিছু প্ৰশ্ন সুধিব আৰু ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হ´ল নে নাই তাৰ ধাৰণা লৱ। গৃহকৰ্ম হিচাপে কিছু প্ৰশ্ন ছাত্ৰ-ছাত্ৰীক কৃষ্ণফলকত লিখি দিৱ।

 

প্ৰশ্নঃ-

ক) সত্যেন্দ্ৰনাথ বৰাৰ ৰচনাপুথিবোৰ লিখা?

খ) চাটুকাৰ শব্দৰে ৫টা বাক্যৰচনা কৰা ?

 

অৱশেষত শ্ৰেণীৰ সময় পাৰ হোৱাত শিক্ষক-শিক্ষয়েত্ৰীয়ে কৃষ্ণফলকটো পৰিস্কাৰ কৰি হাতত পাঠ্যপুথি আৰু আন আন শিক্ষণ শিকন সঁজুলিবোৰ লৈ শ্ৰেণীকোঠাৰ পৰা ধন্যবাদেৰে সহিত বিদায় ল´ৱ।

ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকে কোৱা কথাবোৰ মনোযোগেৰে শুনি যাৱ আৰু গৃহকৰ্ম হিচাপে দিয়া প্ৰশ্নসমূহ নিজ বহীত লিখি লৱ।

 

 

 

 

 

 

 

 

ছাত্ৰ-ছাত্ৰীয়ে থিয় হৈ শিক্ষক-শিক্ষয়েত্ৰীলৈ সন্মান জনাৱ।











for more lesson plan