ভাৰতৰ কিছু  গুৰুত্বপূৰ্ণ উৎস

লোসৰ উৎস(Losar Festival)- লদাখ(Ladakh)

হেমিছ উৎসৱ- লদাখ

(Hemis Festival – Ladakh)

স্পুটিক গাষ্টৰ ফেষ্টিভেল- লদাখ (মুখোটা ফেষ্টিভেল)

Sputik Gustor Festival- Ladakh (Mukhota Festival)

এপ্পেল ফেষ্টিভেল- জম্মু-কাশ্মীৰ

(Appel Festival - Jammu and Kashmir)

হেৰাথ উৎসৱ- যম্মু কাশ্মীৰ (কাশ্মীৰী পণ্ডিত সকলৰে পালন কৰে)

Herath Festival- Jammu Kashmir (celebrated by Kashmiri Pandits)

পুষ্কৰ উসৱ- জম্মু-কাশ্মীৰ (নদীৰ গুৰুত্ব)

Pushkar Festival - Jammu and Kashmir (Importance of River)

তুলিপ উৎসৱ- জম্মু-কাশ্মীৰ

(Tulip Festival - Jammu and Kashmir)

এহৰবল উ ৎসৱ- জম্মু- কাশ্মীৰ ( এহৰবল ফল, এহৰবেল জলপ্ৰপাত বা Niagara Waterfall.. এইবোৰ উদ্দেশ্যে পৰ্যটনক আকৰ্ষণ কৰাৰ বাবে ইয়াক পালন কৰা হয়)

Aharbal  Festival- Jammu and Kashmir (Aharbal Fruit, Aharbal Falls or Niagara Waterfall.. It is celebrated to attraction tourism for these purposes)

নৱৰহে – জম্মু-কাশ্মীৰত পালন হয়, কাশ্মীৰী পণ্ডিতসকলৰ নৱবৰ্ষ (চৈত্ৰ শুক্লপক্ষ প্ৰতিপ্ৰদাত)

Navreh - Celebrated in Jammu and Kashmir, the New Year of Kashmiri Pandits (Chaitra Shukla Paksha Pratiprada).

লোসাংগ উৎসৱ- সিক্কিম

Losoong Festival - Sikkim

ৱাংচুৱা উৎসৱ- অসম (তিৱা জনজাতীয়ে, শস্য় চপোৱাত পালন কৰে)

Wanchuwa Festival – Assam (Tiwa Tribe, harvesting festival).

বিহু- অসম (অসমীয়া)

Bihu- Assam (Assamese).

মে-ডাম-মে-ফি- অসম (আহোম সম্প্ৰদায়,৩১ জানুৱাৰী ত)

Me-Dam-Me-Phi-Assam (Ahom community, on January 31).

বৈসাগু- অসম (বড়ো-কাছাৰী, শেষত কৰা প্ৰাৰ্থনা- ´গৰজাছালী´ বোলে, নৱবৰ্ষ পালন কৰে)

Bwisagu- Assam (Boro-Kachari, last prayer is called ‘Garjasali’, celebrates the New Year).

অম্বুবাচী মেলা- অসম, কামাখ্য়া মন্দিৰত (জুন মাহৰ মাজভাগত, বিভিন্ন তান্ত্ৰিকৰ আগমন)।

Ambubachi Mela- Assam, In Kamakhya Temple (in mid-June, arrival of various ‘Tantrik’s).

হৰ্ণবিল উৎসৱ- নাগালেণ্ড

Hornbill Festival – Nagaland.

চেৰী ব্লোম উৎসৱ- সিলং (মেঘালয়)

Cherry Blossom Festival - Shillong (Meghalaya).

মৰু মহোৎসৱ- পোখৰণ (জয়ছেলমেৰ)

Maru Mahotsav- Pokhran (Jaiselmer).

সিগ্মো উৎসৱ- গোৱা

Sigmo Festival- Goa.

কালাঘোৰা উৎসৱ- মুম্বাই (মহাৰাষ্ট্ৰত)

Kalaghora Festival - Mumbai (in Maharashtra).

গুৰি পৰ্বা- মহাৰাষ্ট্ৰত পালন হয়, মাৰাঠী আৰু কোকনী সম্প্ৰদায়ৰ নৱবৰ্ষ। (চৈত্ৰ শুক্লপক্ষ প্ৰতিপ্ৰদাত)

Gur parva - is celebrated in Maharashtra, the New Year of marathi and konkani communities. (Chaitra Shukla Paksha Pratiprada).

ফুলডোল- ৰাজস্থানৰ শ্বাহাপুৰা, ভিলৱাৰাত (হোলীৰ পিছদিনা পালন হয়, সন্ত ৰামচৰনে প্ৰতিষ্ঠা কৰা ´ৰামশ্নেহী সিক্তে´ পালন কৰে।)

Fuldol - In Shahpura, Bhillwara, Rajasthan (Celebrated the day after holi, by “Ramsnehi Sect founded by Saint Ramcharan”.

উট উৎসৱ- বিকানেৰ (ৰাজস্থান)

Camel Festival - Bikaner (Rajasthan).

মাণ্ডুৎসৱ- মধ্য়প্ৰদেশ

Mandu Festival - Madhya Pradesh

নিমাডী মিৰ্চ উৎসৱ- মধ্য়প্ৰদেশ

Nimadi Mirch Festival - Madhya Pradesh

খজুৰাহো ফেষ্টিভেল- মধ্যপ্ৰদেশ (মন্দিৰ ও)

Khajuraho Festival - Madhya Pradesh (also has Temple)

ধানুযাত্ৰা- উৰিষ্য়া

Dhanu Yatra - Oridsha

ৰজপৰ্ব- উৰিষ্য়া

Raja parba festival- Oridsha

নুৱাখাই- উৰিষ্য়া

Nuakhai Festival - Oridsha

জগন্নাথ ৰথযাত্ৰা- উৰিষ্য়া

Jagannath Rath Yatra - Oridsha

বোইতা বন্দনা উৎসৱ- উৰিষ্য়া

Boita Bandana Festival - Oridsha

হৰেলা উৎসৱ- উত্তৰাখণ্ড

Harela Festival - Uttarakhand

কালা নমখ চাৱল উৎসৱ- উত্তৰপ্ৰদেশ

Kala Namak Chawal Festival - Uttar Pradesh

পোংগল- তামিলনাডু

Pongal - Tamil Nadu

থাইপুসম উৎসৱ- তামিলনাডু (ভগৱান মুৰগন সম্বন্ধিত, হালধীয়া কাপোৰ পৰিধান কৰে, জিভাত বেজী বিন্ধায়)

Thaipusam Festival- Tamil Nadu (Lord Murugan is related, wears yellow clothes, pierces needles on the tongue)

বোনালু উৎসৱ- তেলেংগানা

Bonalu Festival – Telangana.

মেদৰাম যাত্ৰা- তেলেংগানা

Medaram Yatra – Telangana.

বথুকম্মা উৎসৱ (ফুলৰ উৎসৱ)- তেলেংগানা

Bathukamma Festival (Festival of Flowers) – Telangana.

ওনোম- কেৰলা

Onam- Kerala.

কলপথী ৰথ মহোৎসৱ- কেৰলা

Kalpathi Rath Mahotsav – Kerala.

মকৰবিলক্কুৎসৱ- কেৰলা (সবৰিমালা মন্দিৰত মকৰসংক্ৰান্তিত)

Makaravilakku Festival- Kerala (Makar Sankranti at Sabarimala Temple).

ত্ৰিশুৰ পুৰম উৎসৱ- কেৰলা (ভগৱান শিৱ আৰু দেৱী দূৰ্গা সম্বন্ধিত)

Thrissur Pooram Festival- Kerala (related to Lord Shiva and Goddess Durga).

থৈয়্য়ম উৎসৱ- কেৰলা

Theyyam Festival – Kerala.

অট্টুকল পোংগল- কেৰলা (মহিলাসকলৰ সকলোতকৈ ডাঙৰ ধাৰ্মিক সমাৰোহ)

Attukal Pongala festival- Kerala (women's biggest religious ceremony).

ছট পুজা- বিহাৰ

Chhath Puja – Bihar.

শৰহুল উৎসৱ- ঝাৰখণ্ড

Sarhul Festival – Jharkhand.

হৰেলী উৎসৱ- ছত্তীছগড়

Hareli Festival – Chhattisgarh.

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ- ১২ জানুৱাৰী ত স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে পালন কৰা হয়

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৩-  ১২ জানুৱাৰীত কৰ্ণাটকৰ হুৱলী জিলাত পালন কৰা হয়।

থীম- বিকসিত যুবা-বিকসিত ভাৰত। এয়া ২৬ তম সংস্কৰণ।

National Youth Festival- January 12 is celebrated as the birthday of Swami Vivekananda.

National Youth Festival 2023-January 12 is celebrated in Hubballi district of Karnataka.

Theme- Viksit Yuva-Viksit Bharat. This is the 26th edition.

ৰাষ্ট্ৰীয় সংস্কৃতিক মহোৎসৱ- সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ৰাষ্ট্ৰীয় ঐক্য় আৰু অখণ্ডতাৰ প্ৰচাৰ কৰা।

ৰাষ্ট্ৰীয় সংস্কৃতিক মহোৎসৱ ২০২৩- আজাদনগৰ চাৰ্চগেট মুম্বাইত, ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ আয়োজিত হয়।

থীম- এক ভাৰত শ্ৰেষ্ট ভাৰত। এয়া ১৪তম সংস্কৰণ।

National Cultural Festival - Promoting national unity and integrity through cultural exchange.

National Culture Festival 2023 - Organized at Azadnagar Churchgate Mumbai, from February 11 to February 19.

Theme- Ek Bharat, Shreshtha Bharat. This is the 14th edition.

ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ- ভাৰতৰ বিভিন্ন শিল্প, ৰন্ধনীশাল, হস্তশিল্পসমূহ এটা ঠাইত স্বীকৃতি দিয়া ।

ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ ২০২৩- ৰাজস্থানৰ বিকানেৰত, ফেব্ৰুৱাৰীৰ ২৫ ৰ পৰা মাৰ্চৰ ৫ তাৰিখলৈ আয়োজিত হয়।

থীম- এক ভাৰত শ্ৰেষ্ঠ ভাৰত। এয়া ১৪ তম সংস্কৰণ।

Rashtriya Sanskriti Mahotsav - Recognition of various art, kitchens and handicrafts of India in one place.

The Rashtriya Sanskriti Mahotsav 2023 - is held in Bikaner, Rajasthan, from February 25 to March 5.

Theme: Ek Bharat Shreshtha Bharat. This is the 14th edition.

নৱৰোজ উ ৎসৱ- পাৰ্চী ধৰ্মৰ নতুন বৰ্ষ

Navroz Festival - The New Year of Parsi Religion

চেটী চণ্ড- সন্ত ঝুলে-লালৰ জয়ন্তীত পালন কৰা হয়। এয়া সিন্ধী সমুদায়ৰ নৱবৰ্ষ।

Cheti- Chand – It is celebrated on the birth anniversary of Sant-Jhule-Lal (The Varun Dev-God of Water). This is the New Year of the Sindhi community.

চৈত্ৰ শুক্লপক্ষ প্ৰতিপ্ৰদা – হিন্দুসমুদায়ৰ নৱবৰ্ষ।

Chaitra Shukla Paksha Pratiprada – The New Year of The Hindu Community.



More Posts