ভাৰতৰ কিছু গুৰুত্বপূৰ্ণ উৎসৱ
লোসৰ উৎসৱ(Losar Festival)- লদাখ(Ladakh)
হেমিছ উৎসৱ- লদাখ
(Hemis
Festival – Ladakh)
স্পুটিক গাষ্টৰ
ফেষ্টিভেল- লদাখ (মুখোটা ফেষ্টিভেল)
Sputik
Gustor Festival- Ladakh (Mukhota Festival)
এপ্পেল ফেষ্টিভেল-
জম্মু-কাশ্মীৰ
(Appel
Festival - Jammu and Kashmir)
হেৰাথ উৎসৱ- যম্মু কাশ্মীৰ (কাশ্মীৰী পণ্ডিত সকলৰে পালন কৰে)
Herath
Festival- Jammu Kashmir (celebrated by Kashmiri Pandits)
পুষ্কৰ উৎসৱ- জম্মু-কাশ্মীৰ (নদীৰ গুৰুত্ব)
Pushkar
Festival - Jammu and Kashmir (Importance of River)
তুলিপ উৎসৱ- জম্মু-কাশ্মীৰ
(Tulip
Festival - Jammu and Kashmir)
এহৰবল উ ৎসৱ- জম্মু- কাশ্মীৰ ( এহৰবল ফল, এহৰবেল জলপ্ৰপাত বা Niagara Waterfall.. এইবোৰ উদ্দেশ্যে পৰ্যটনক আকৰ্ষণ কৰাৰ বাবে ইয়াক পালন
কৰা হয়)
Aharbal
Festival- Jammu and Kashmir (Aharbal
Fruit, Aharbal Falls or Niagara Waterfall.. It is celebrated to attraction
tourism for these purposes)
নৱৰহে –
জম্মু-কাশ্মীৰত পালন হয়, কাশ্মীৰী পণ্ডিতসকলৰ নৱবৰ্ষ (চৈত্ৰ শুক্লপক্ষ প্ৰতিপ্ৰদাত) ।
Navreh
- Celebrated in Jammu and Kashmir, the New Year of Kashmiri Pandits (Chaitra
Shukla Paksha Pratiprada).
লোসাংগ উৎসৱ- সিক্কিম
Losoong
Festival - Sikkim
ৱাংচুৱা উৎসৱ- অসম (তিৱা জনজাতীয়ে, শস্য় চপোৱাত পালন কৰে)
Wanchuwa
Festival – Assam (Tiwa Tribe, harvesting festival).
বিহু- অসম
(অসমীয়া)
Bihu-
Assam (Assamese).
মে-ডাম-মে-ফি-
অসম (আহোম সম্প্ৰদায়,৩১ জানুৱাৰী ত)
Me-Dam-Me-Phi-Assam
(Ahom community, on January 31).
বৈসাগু- অসম (বড়ো-কাছাৰী,
শেষত কৰা প্ৰাৰ্থনা- ´গৰজাছালী´ বোলে, নৱবৰ্ষ পালন কৰে)
Bwisagu-
Assam (Boro-Kachari, last prayer is called ‘Garjasali’, celebrates the New
Year).
অম্বুবাচী
মেলা- অসম, কামাখ্য়া মন্দিৰত (জুন মাহৰ মাজভাগত, বিভিন্ন তান্ত্ৰিকৰ আগমন)।
Ambubachi
Mela- Assam, In Kamakhya Temple (in mid-June, arrival of various ‘Tantrik’s).
হৰ্ণবিল উৎসৱ- নাগালেণ্ড
Hornbill
Festival – Nagaland.
চেৰী ব্লোম উৎসৱ- সিলং (মেঘালয়)
Cherry
Blossom Festival - Shillong (Meghalaya).
মৰু মহোৎসৱ- পোখৰণ (জয়ছেলমেৰ)
Maru
Mahotsav- Pokhran (Jaiselmer).
সিগ্মো উৎসৱ- গোৱা
Sigmo
Festival- Goa.
কালাঘোৰা উৎসৱ- মুম্বাই (মহাৰাষ্ট্ৰত)
Kalaghora
Festival - Mumbai (in Maharashtra).
গুৰি পৰ্বা- মহাৰাষ্ট্ৰত পালন হয়, মাৰাঠী আৰু কোকনী সম্প্ৰদায়ৰ নৱবৰ্ষ। (চৈত্ৰ
শুক্লপক্ষ প্ৰতিপ্ৰদাত)
Gur
parva - is celebrated in Maharashtra, the New Year of marathi and konkani
communities. (Chaitra Shukla Paksha Pratiprada).
ফুলডোল- ৰাজস্থানৰ
শ্বাহাপুৰা, ভিলৱাৰাত (হোলীৰ পিছদিনা পালন হয়, সন্ত ৰামচৰনে প্ৰতিষ্ঠা কৰা ´ৰামশ্নেহী সিক্তে´ পালন
কৰে।)
Fuldol
- In Shahpura, Bhillwara, Rajasthan (Celebrated the day after holi, by “Ramsnehi
Sect founded by Saint Ramcharan”.
উট উৎসৱ- বিকানেৰ (ৰাজস্থান)
Camel
Festival - Bikaner (Rajasthan).
মাণ্ডু উৎসৱ- মধ্য়প্ৰদেশ
Mandu
Festival - Madhya Pradesh
নিমাডী মিৰ্চ উৎসৱ- মধ্য়প্ৰদেশ
Nimadi
Mirch Festival - Madhya Pradesh
খজুৰাহো ফেষ্টিভেল-
মধ্যপ্ৰদেশ (মন্দিৰ ও)
Khajuraho
Festival - Madhya Pradesh (also has Temple)
ধানুযাত্ৰা- উৰিষ্য়া
Dhanu
Yatra - Oridsha
ৰজপৰ্ব- উৰিষ্য়া
Raja
parba festival- Oridsha
নুৱাখাই- উৰিষ্য়া
Nuakhai
Festival - Oridsha
জগন্নাথ ৰথযাত্ৰা-
উৰিষ্য়া
Jagannath
Rath Yatra - Oridsha
বোইতা বন্দনা উৎসৱ- উৰিষ্য়া
Boita
Bandana Festival - Oridsha
হৰেলা উৎসৱ- উত্তৰাখণ্ড
Harela
Festival - Uttarakhand
কালা নমখ চাৱল
উৎসৱ- উত্তৰপ্ৰদেশ
Kala
Namak Chawal Festival - Uttar Pradesh
পোংগল- তামিলনাডু
Pongal
- Tamil Nadu
থাইপুসম উৎসৱ- তামিলনাডু (ভগৱান মুৰগন সম্বন্ধিত, হালধীয়া কাপোৰ
পৰিধান কৰে, জিভাত বেজী বিন্ধায়)
Thaipusam
Festival- Tamil Nadu (Lord Murugan is related, wears yellow clothes, pierces
needles on the tongue)
বোনালু উৎসৱ- তেলেংগানা
Bonalu
Festival – Telangana.
মেদৰাম যাত্ৰা-
তেলেংগানা
Medaram
Yatra – Telangana.
বথুকম্মা উৎসৱ (ফুলৰ উৎসৱ)- তেলেংগানা
Bathukamma
Festival (Festival of Flowers) – Telangana.
ওনোম- কেৰলা
Onam-
Kerala.
কলপথী ৰথ মহোৎসৱ- কেৰলা
Kalpathi
Rath Mahotsav – Kerala.
মকৰবিলক্কু উৎসৱ- কেৰলা (সবৰিমালা মন্দিৰত মকৰসংক্ৰান্তিত)
Makaravilakku
Festival- Kerala (Makar Sankranti at Sabarimala Temple).
ত্ৰিশুৰ পুৰম উৎসৱ- কেৰলা (ভগৱান শিৱ আৰু দেৱী দূৰ্গা সম্বন্ধিত)
Thrissur
Pooram Festival- Kerala (related to Lord Shiva and Goddess Durga).
থৈয়্য়ম উৎসৱ- কেৰলা
Theyyam
Festival – Kerala.
অট্টুকল পোংগল-
কেৰলা (মহিলাসকলৰ সকলোতকৈ ডাঙৰ ধাৰ্মিক সমাৰোহ)
Attukal
Pongala festival- Kerala (women's biggest religious ceremony).
ছট পুজা- বিহাৰ
Chhath
Puja – Bihar.
শৰহুল উৎসৱ- ঝাৰখণ্ড
Sarhul
Festival – Jharkhand.
হৰেলী উৎসৱ- ছত্তীছগড়
Hareli
Festival – Chhattisgarh.
ৰাষ্ট্ৰীয় যুৱ
মহোৎসৱ- ১২ জানুৱাৰী ত স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে
পালন কৰা হয়
ৰাষ্ট্ৰীয় যুৱ
মহোৎসৱ ২০২৩- ১২ জানুৱাৰীত
কৰ্ণাটকৰ হুৱলী জিলাত পালন কৰা হয়।
থীম- বিকসিত যুবা-বিকসিত
ভাৰত। এয়া ২৬ তম সংস্কৰণ।
National
Youth Festival- January 12 is celebrated as the birthday of Swami Vivekananda.
National
Youth Festival 2023-January 12 is celebrated in Hubballi district of Karnataka.
Theme-
Viksit Yuva-Viksit Bharat. This is the 26th edition.
ৰাষ্ট্ৰীয় সংস্কৃতিক মহোৎসৱ- সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ৰাষ্ট্ৰীয় ঐক্য় আৰু অখণ্ডতাৰ প্ৰচাৰ কৰা।
ৰাষ্ট্ৰীয় সংস্কৃতিক মহোৎসৱ ২০২৩- আজাদনগৰ চাৰ্চগেট মুম্বাইত, ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ
আয়োজিত হয়।
থীম- এক ভাৰত
শ্ৰেষ্ট ভাৰত। এয়া ১৪তম সংস্কৰণ।
National
Cultural Festival - Promoting national unity and integrity through cultural
exchange.
National
Culture Festival 2023 - Organized at Azadnagar Churchgate Mumbai, from February
11 to February 19.
Theme-
Ek Bharat, Shreshtha Bharat. This is the 14th edition.
ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ- ভাৰতৰ বিভিন্ন শিল্প, ৰন্ধনীশাল, হস্তশিল্পসমূহ এটা ঠাইত স্বীকৃতি দিয়া
।
ৰাষ্ট্ৰীয় সংস্কৃতি মহোৎসৱ ২০২৩- ৰাজস্থানৰ বিকানেৰত, ফেব্ৰুৱাৰীৰ ২৫ ৰ পৰা মাৰ্চৰ ৫ তাৰিখলৈ আয়োজিত
হয়।
থীম- এক ভাৰত
শ্ৰেষ্ঠ ভাৰত। এয়া ১৪ তম সংস্কৰণ।
Rashtriya
Sanskriti Mahotsav - Recognition of various art, kitchens and handicrafts of
India in one place.
The
Rashtriya Sanskriti Mahotsav 2023 - is held in Bikaner, Rajasthan, from February 25 to March 5.
Theme:
Ek Bharat Shreshtha Bharat. This is the 14th edition.
নৱৰোজ উ ৎসৱ- পাৰ্চী ধৰ্মৰ নতুন বৰ্ষ
Navroz
Festival - The New Year of Parsi Religion
চেটী চণ্ড- সন্ত ঝুলে-লালৰ জয়ন্তীত পালন কৰা হয়। এয়া সিন্ধী সমুদায়ৰ
নৱবৰ্ষ।
Cheti-
Chand – It is celebrated on the birth anniversary of Sant-Jhule-Lal (The Varun
Dev-God of Water). This is the New Year of the Sindhi community.
চৈত্ৰ শুক্লপক্ষ প্ৰতিপ্ৰদা – হিন্দুসমুদায়ৰ নৱবৰ্ষ।
Chaitra
Shukla Paksha Pratiprada – The New Year of The Hindu Community.
0 Comments