বাজেট (Budget)

On 1 February 2023, Finance Minister Nirmala Sitharaman presented the Budget for the 5th time. She is the first full-time Finance Minister of India.

১ ফেব্ৰুৱাৰী ২০২৩ ত দেশৰ বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন য়ে ৫ম বাৰৰ বাবে বাজেট প্ৰকাশ কৰে। এখেত ভাৰতৰ প্ৰথম পূৰ্ণকালীন বৃত্তমন্ত্ৰী।

This is the "first budget of the Amrit Kal". The period of 25 years from 2022 to 1947 are called the 'Amrit Kal'.

এয়া অমৃত কালৰ প্ৰথম বাজেট। ২০২২ৰ পৰা ১৯৪৭ লৈ ২৫ টা বছৰক অমৃত কাল কোৱা হৈছে।

Our economic growth rate for the current year is estimated at 7%.

চলিত বৰ্ষৰ আমাৰ আৰ্থিক বিকাশৰ হাৰ ৭% হোৱা বুলি অনুমান লগোৱা হৈছে।

The per capita income is Rs 1.97 lakh.

প্ৰতিজন ব্যাক্তিৰ আয় ১.৯৭ লাখ হৈছে।

We are the jumping from 10th to 5th largest economy in the world (ie overtaking England).

আমি পৃথিৱীৰ ১০তম ৰ পৰা ৫তম সকলোতকৈ ডাঙৰ অৰ্থব্যাৱস্থা বনি আছো (অৰ্থাৎ ইংলেণ্ডক পিছ পেলাই) ।

7 primary points:-

৭ টা প্রাথমিক বিন্দুঃ-

সমাৱেশী বিকাস (Inclusive Development)

শেষৰ বিন্দুলৈ ঢুকি পোৱা (Last mile Connectivity)

আন্তঃগাথনি আৰু নিবেশ (Infrastructure and Investment)

যুৱ শক্তি (Youth Power)

সেউজ বিকাস (Green Development)

ক্ষমতাৰ বৃদ্ধি (Capacity Building)

বৃত্তীয় ক্ষেত্ৰ (Financial Sector)

Agriculture-enhancing policies have been introduced to encourage young entrepreneurs in rural areas.

.গ্ৰামীন অঞ্চলত যুৱ উদ্দ্যোমীসকলক প্ৰউসাহীত কৰাৰ বাবে কৃষি-বৰ্ধক নীতিৰ স্থাপনা কৰা হৈছে।

FM Sitharaman's green growth push; to launch Atmanirvar Clean Plant Programme at Rs 2200 core.

২২০০ কোটি ব্যায়ৰ যোগেদি সেউজ বিকাস অৰ্থে আত্মনিৰ্ভৰ  স্বচ্ছ উদ্ভিদ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

The Indian Millet Research Institute, Hyderabad will be made the World Center of Excellence for millet.

ভাৰতীয় বাজৰা অনুসন্ধান সংস্থান হায়দ্ৰাবাদক মিলিট (millet) ৰ বাবে বিশ্ব কেন্দ্ৰ অৰ্থা উকৃষ্টতা কেন্দ্ৰ বনোৱা হব।

The Mission to Eradicate Sickle Cell Anemia by 2047 has been launched.

২০৪৭ লৈ সিকলসেল এনিমিয়া উন্মুলন মিশন আৰম্ভ কৰা হৈছে।

"Akanshi Block Scheme" will be launched in 500 blocks.

৫০০ ব্লকত আকাংশী ব্লক যোজনা আৰম্ভ কৰা হব।

The "Upper Bhadra Project" has been launched in dry areas of Karnataka with an assistance of Rs 5,300 crore.

কৰ্ণাটকৰ শুকান অঞ্চলসমুহত ৫৩০০ কোটি টকাৰ সহায়েৰে উপৰী ভদ্ৰা যোজনা আৰম্ভ কৰা হৈছে।

2.40 lakh crore for railways.

ৰেলৱেৰ বাবে ২.৪০ লাখ কোটি টকা ধাৰ্য্য় কৰা হৈছে।

Establishment of Urban Infrastructure Development Fund for infrastructure construction in Tier 2 (population 50,000 to 100,000) cities with Tier 3 (population 20,000 to 50,000) managed by National Housing Bank Bank) will do.

টিয়েৰ ২ (৫০,০০০ ৰপৰা ১০০,০০০ জনসংখ্য়া) টিয়েৰ ৩ (২০,০০০ ৰপৰা ৫০,০০০ জনসংখ্যা) থকা চহৰবোৰত আন্তঃগাথনি নিৰ্মাণৰ বাবে চহৰী আন্তঃগাথনী বিকাস নিধি (Urban Infrastructure Development Fund)ৰ স্থাপনা কৰা যাৰ ব্য়াৱস্থা ৰাষ্ট্ৰীয় আবাস বেংক(National Housing Bank) কৰিব।

"iGOT Karmayogi" will be launched for online training of civil servants through "Mission Karmayogi".

মিছন কৰ্মযোগীৰ যোগেদি অসামৰিক সেৱকসকলৰ অনলাইন প্ৰসিক্ষণৰ বাবে iGOT Karmayogi আৰম্ভ কৰা হৱ।

100 laboratories will be constructed for the development of 5G (launched 1 October 2022) service based applications.

5জি (১ অক্টোবৰ ২০২২ত আৰম্ভ হয়) সেৱাৰ আধাৰিত এপ্লিকেচনসমূহৰ বিকাসৰ বাবে ১০০ প্ৰয়োগশালাৰ নিৰ্মান কৰা হৱ।

Achieve the target of net zero carbon emissions by 2070 (Mission Live, Panchamrit).

২০৭০ লৈ নেট জিৰো কাৰ্বন নিস্কাশনৰ লক্ষ্য় প্ৰাপ্ত কৰা। (মিছন লাইভ, পঞ্চামৃত)

The Green Hydrogen Mission has been launched at a cost of Rs 19,700 crore with the target of producing 5 metric tonnes of hydrogen annually by 2023.

সেউজ হাইড্ৰজেন মিছনৰ বাবে ১৯৭০০ কোটি টকা ব্যায়ৰ সৈতে আৰম্ভ কৰা হৈছে যাৰ লক্ষ্য় ২০৩০ লৈ ৫ মেট্ৰিক মিলিয়ন টন হাইড্ৰজেন বাৰ্ষিক উ পাদন কৰা।

The Pradhan Mantri Pranam Yojana has been launched to restore and raise awareness, nurture and improvement of Mother Earth.

পৃথিৱী আইৰ পূনৰ উদ্ধাৰ আৰু তাৰ প্ৰতি সজাগতা, পোষন আৰু সুধৰণিৰ বাবে প্ৰধান মন্ত্ৰী প্ৰণাম যোজনা আৰম্ভ কৰা হৈছে।

Introduction of Misti Yojana for development of mangrove vegetation.

মেংগ্ৰোভ বনস্পতিৰ বিকাসৰ বাবে মিষ্টি যোজনাৰ আৰম্ভ কৰা।

"Amrit Dharohar" has been launched for the conservation of wetlands (75 Ramsar Sites).

আদ্ৰভূমি (75 Ramsar Site) সংৰক্ষণৰ বাবে অমৃত ধৰোহৰ আৰম্ভ কৰা হৈছে।

30 'Skill India International Centers' will be launched for the launch of 'Pradhan Mantri Kaushal Vikas Yojana'.

প্ৰধানমন্ত্ৰী কৌশল বিকাস যোজনা ৪.০ৰ আৰম্ভৰ বাবে ৩০ স্কিল ইণ্ডিয়া ইন্টাৰনেচনেল সেণ্টাৰ আৰম্ভ কৰা হব।

ৰাজ্যসমূহত ইউনিটি মল নিৰ্মাণ আৰু ২০২৫ লৈকে ২ বছৰৰ বাবে মহিলা সন্মান ছেভিংছ ছাৰটিফিকেট আৰম্ভ কৰা হৈছে যাৰ বাবে ৭.৫% সূতত ২লাখ লৈ জমা ৰ সুবিধা উপলব্ধ হব।

২০২২-২৩ লৈ ৰাজকোষীয় ঘাটি ৬.৪% লৈকে থাকিব।

ৰেহাই বা কৰমুক্তি (rebate) ক ৫লাখ ৰ পৰা বঢ়াই ৭ লাখলৈ নিয়া হৈছে।

ব্যাক্তিগত আয়কৰৰ স্তৰ ৬ৰ পৰা কমাই ৫লৈ অনা হৈছে ।

(৩ লাখ- ৬ লাখ আয়কৰ ৩লাখৰ ওপৰৰ ৰাশিৰ ৫%

৬ লাখ- ৯ লাখ আয়কৰ ১৫,০০০+ ৬লাখৰ ওপৰৰ ৰাশিৰ ১০%

৯ লাখ- ১২ লাখ আয়কৰ ৪৫,০০০+ ৯লাখৰ ওপৰৰ ৰাশিৰ ১৫%

১২ লাখ- ১৫ লাখ আয়কৰ ৯০,০০০+ ১২লাখৰ ওপৰৰ ৰাশিৰ ২০%

১৫ লাখৰ ওপৰৰ আয়কৰ ১,৫০,০০০+ ১৫লাখৰ ওপৰৰ ৰাশিৰ ৩০%)

এই কেইটা স্তৰত ভাগ কৰা হৈছে।

লগতে কৰ মুক্তিৰ সীমা আগত ০- ২.৫০ লাখ লৈ আছিল এতিয়া ইয়াক বঢ়াই ৩ লাখ কৰা হৈছে।

ভাৰতৰ মুঠ আয়ৰ ৩৪% ঋন আৰু আন দিওতা সকলে যত, ১৭% GST দ্বাৰা প্ৰাপ্ত হয়।

ভাৰতৰ সৰ্বাধিক ধনৰ ব্য়ায় ঋণ পৰিশোধত ২০% হয়।

পি.এম. বিকাশ তথা পি.এম. বিশ্বকৰ্মা কৌশল সন্মান যোজনা (বজাৰ উপলব্ধ কৰোঁৱা, অনলাইন সুবিধা, প্ৰশিক্ষণ প্ৰদান কৰা, ডিজিটেল ইণ্ডিয়াৰ বিষয়ে জাগৰুক কৰা) ৰ জৰিয়তে পাৰম্পৰিক শিল্পকাৰৰ বিকাসৰ অৰ্থে আৰম্ভ কৰা হৈছে। 




More Posts