যুদ্ধ অভ্য়াস

মৈত্ৰী অভ্য়াস- ভাৰত আৰু থাইলেন্ডৰ মাজত হয়

গৰুৰ শক্তি- ভাৰত আৰু ইন্ডোনেচিয়াৰ মাজত

বংগোসাগৰ অভ্যাস- ভাৰত আৰু বাংলাদেশৰ মাজত

মিত্ৰ শক্তি অভ্য়াস- ভাৰত আৰু শ্ৰীলংকা মাজত

SIMBEX অভ্য়াস- ভাৰত আৰু সিংগাপুৰৰ মাজত

ছাইক্লোন অভ্য়াস- ভাৰত আৰু মিশ্ৰৰ মাজত

FRINJEX অভ্য়াস- ভাৰত আৰু ফ্ৰান্সৰ মাজত

তৰকস অভ্য়াস- ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত

 

COP-15 মন্ট্ৰিয়ল কানাডাত অনুষ্ঠিত হয়- জৈৱ বিবিধতাৰ লগত সম্বন্ধিত।

65th Commonwealth Parliamentary Conference- হেলীফেক্স কানাডাত অনুষ্ঠিত হয়-ৰাজধানী ওটাভা- বিশ্বৰ ভিতৰত সকলোতকৈ দীৰ্ঘতম উপকুলীয় সীমা কানাডাৰ- ঘেঁহুৰ সকলোতকৈ ডাঙৰ বজাৰ বিনিপেগ (Winnipeg) কানাডাত অৱস্থিত

Statue of Equality- হাইদ্ৰাবাদত স্থাপিত হয়- এয়া সন্ত ৰামানুজনচাৰীৰ প্ৰতিমূৰ্তি

ৰাষ্ট্ৰপতি নিলিয়ম- সেকেন্দ্ৰাবাদত নিৰ্মান হয়- দক্ষিণ ভাৰতত ৰাষ্ট্ৰপতিৰ ঘৰক ৰাষ্ট্ৰপতি নিলিয়ম কয়- ইয়াক নিজাম নাজিৰ-উদ-দোউলাই ১৮৫০ত নিৰ্মান কৰে।

Skyrute Aerospace Company- হাইদ্ৰাবাদত আছে- বিক্ৰম-এছ ক লন্স কৰে লগতে ধৱন-।। ক ও লন্স কৰে- এয়া ৩ডি প্ৰিন্টেড ক্ৰায়জনিক ইন্জিন।

ৰক্তবিকাৰ-

মেলেৰিয়া- প্লাজম´ডিয়াম প্ৰ´ট´যোৱা(কাৰক)- RBC প্ৰভাৱিত হয়- মোস্কুইৰিক্স (MOSQUIRIX) ইয়াৰ প্ৰথম ভেকছিন- বিশ্ব মেলেৰিয়া দিৱস ২৫ এপ্ৰিলত পালন হয়।

হিম´ফেলিয়া- ইয়াক শাহী ৰোগ কয়- আনুবংশিক ৰক্ত বিকাৰ- ৰক্ত ক্ষৰণ বন্ধ নহয় বা জমাট নাবান্ধে- বিশ্ব হিম´ফেলিয়া দিৱস ১৭ এপ্ৰিলত পালন হয়।

থেলেসীমিয়া- আনুবংশিক ৰক্ত বিকাৰ- তেজৰ নিৰ্মান নোহোৱা বা কম হোৱা- তেজ অস্থিমজ্জা (Bone marrow) ত নিৰ্মাণ হয়- বিকাৰগ্ৰস্থক অস্থিমজ্জা সলাব লগা হয়।

সিকলসেল এনিমিয়া- এই বিকাৰত তেজৰ কোষৰ আকাৰ কাঁচিজোন আকাৰৰ হয়, ৰোগীয়ে বিষ অনুভব কৰে।

ডাউন সিন্ড্ৰোম- ৩১ তম গুণসূত্ৰ ৰ ট্ৰয়ছমিৰ পৰা

পটাও সিন্ড্ৰোম- ১৩ তম গুণসূত্ৰ ৰ ট্ৰয়ছমিৰ পৰা

গোৱা পূৰ্ণ ৰাজ্য়- ১৯৮৭ , ৫৬তম সংবিধান সংশোধনীৰ জৰিয়তে

সিকিম ভাৰতৰ অন্তৰ্গত পূৰ্ণ ৰাজ্য়- ১৯৭৫ , ৩৬ তম সংবিধান সংশোধনীৰ জৰিয়তে

জম্মু কাশ্মীৰক UT বনোৱা হয়- ৩১ অক্টোবৰ ২০১৯ ত।

দাদোৰ নগৰ হাৱেলী আৰু দমন দিওক একেলগে মিলাই UT বনোৱা হয়- ২৬ জানুৱাৰী ২০২০ ত।

 

এক বিধায়ক এক পেঞ্চন যোজনা – পঞ্জাৱ চৰকাৰে ঘোষণা কৰে।

লোক মিলনী যোজনা- পঞ্জাৱ চৰকাৰে ঘোষণা কৰে।

প্ৰয়োগিক সন্মিলনী- পাঞ্জাৱত হয়।

অনুচ্ছেদ ২১- এয়া সংবিধানৰ আটাইতকৈ ডাঙৰ অনুচ্ছেদ। প্ৰাণ আৰু দৈহিক অধিকাৰ প্ৰদান কৰা হৈছে। গোপনীয়তা(Privacy)ৰ অধিকাৰ-পুট্টাস্বামী গোচৰ। টোপনী(Sleep) দিয়াৰ অধিকাৰ- বাবা ৰামদেৱ গোচৰ।

অনচ্ছেদ ২১ A- ৮৬তম সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ (RTE as F.R.) যোগ কৰা হৈছে।

My life my mission- বাবা ৰামদেৱ

Raced my life -মিলখা সিং

‘800’ -মুথৈয়া মুৰলীধৰণ

The Test of My Life- যুবৰাজ সিং

Playing it my way- সচীন টেণ্ডুলকাৰ

Believe- সুৰেস ৰাইনা

No Spin- শ্বেন ৱান

লদাখৰ উৎস

হেমিছ উৎসৱ-

লোসৰ উৎসৱ-

স্ফুটিক গস্টৰ উৎসৱ-

সিন্ধু-দৰ্শন যাত্ৰা- লদাখত আয়োজিত হয়।

থিকসে উৎসৱ- লদাখত আয়োজিত হয়।

মনোলম চেনমো উৎসৱ- লেহ (লদাখ) ত হয়। শান্তি আৰু সুখ বৰ্তাই ৰখাৰ বাবে ইয়াক পালন কৰা হয়।.

তুলিপ উৎসৱ- জম্মু-কাশ্মীৰত হয়।

ভুমচু উৎসৱ- সিক্কিমত হয়।

লোসাং উৎসৱ- সিক্কিমত হয়।

 


More Posts