যুদ্ধ অভ্য়াস
মৈত্ৰী অভ্য়াস- ভাৰত আৰু থাইলেন্ডৰ মাজত
হয়
গৰুৰ শক্তি- ভাৰত আৰু ইন্ডোনেচিয়াৰ মাজত
বংগোসাগৰ অভ্যাস- ভাৰত আৰু বাংলাদেশৰ
মাজত
মিত্ৰ শক্তি অভ্য়াস- ভাৰত আৰু শ্ৰীলংকা
মাজত
SIMBEX অভ্য়াস- ভাৰত
আৰু সিংগাপুৰৰ মাজত
ছাইক্লোন অভ্য়াস-
ভাৰত আৰু মিশ্ৰৰ মাজত
FRINJEX অভ্য়াস- ভাৰত
আৰু ফ্ৰান্সৰ মাজত
তৰকস অভ্য়াস-
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত
COP-15 মন্ট্ৰিয়ল
কানাডাত অনুষ্ঠিত হয়- জৈৱ বিবিধতাৰ লগত সম্বন্ধিত।
65th Commonwealth Parliamentary Conference- হেলীফেক্স কানাডাত অনুষ্ঠিত হয়-ৰাজধানী ওটাভা- বিশ্বৰ
ভিতৰত সকলোতকৈ দীৰ্ঘতম উপকুলীয় সীমা কানাডাৰ- ঘেঁহুৰ সকলোতকৈ ডাঙৰ বজাৰ বিনিপেগ (Winnipeg) কানাডাত অৱস্থিত
Statue of Equality- হাইদ্ৰাবাদত স্থাপিত হয়- এয়া সন্ত ৰামানুজনচাৰীৰ
প্ৰতিমূৰ্তি
ৰাষ্ট্ৰপতি
নিলিয়ম- সেকেন্দ্ৰাবাদত নিৰ্মান হয়- দক্ষিণ ভাৰতত ৰাষ্ট্ৰপতিৰ ঘৰক ৰাষ্ট্ৰপতি নিলিয়ম
কয়- ইয়াক নিজাম নাজিৰ-উদ-দোউলাই ১৮৫০ত নিৰ্মান কৰে।
Skyrute Aerospace Company- হাইদ্ৰাবাদত আছে- বিক্ৰম-এছ ক লন্স কৰে লগতে ধৱন-।। ক ও লন্স কৰে- এয়া ৩ডি
প্ৰিন্টেড ক্ৰায়জনিক ইন্জিন।
ৰক্তবিকাৰ-
মেলেৰিয়া-
প্লাজম´ডিয়াম প্ৰ´ট´যোৱা(কাৰক)- RBC প্ৰভাৱিত হয়- মোস্কুইৰিক্স (MOSQUIRIX) ইয়াৰ প্ৰথম ভেকছিন- বিশ্ব মেলেৰিয়া দিৱস ২৫ এপ্ৰিলত
পালন হয়।
হিম´ফেলিয়া-
ইয়াক শাহী ৰোগ কয়- আনুবংশিক ৰক্ত বিকাৰ- ৰক্ত ক্ষৰণ বন্ধ নহয় বা জমাট নাবান্ধে-
বিশ্ব হিম´ফেলিয়া দিৱস ১৭ এপ্ৰিলত পালন হয়।
থেলেসীমিয়া-
আনুবংশিক ৰক্ত বিকাৰ- তেজৰ নিৰ্মান নোহোৱা বা কম হোৱা- তেজ অস্থিমজ্জা (Bone marrow) ত নিৰ্মাণ হয়- বিকাৰগ্ৰস্থক অস্থিমজ্জা সলাব লগা হয়।
সিকলসেল এনিমিয়া-
এই বিকাৰত তেজৰ কোষৰ আকাৰ কাঁচিজোন আকাৰৰ হয়, ৰোগীয়ে বিষ অনুভব কৰে।
ডাউন
সিন্ড্ৰোম- ৩১ তম গুণসূত্ৰ ৰ ট্ৰয়ছমিৰ পৰা
পটাও
সিন্ড্ৰোম- ১৩ তম গুণসূত্ৰ ৰ ট্ৰয়ছমিৰ পৰা
গোৱা পূৰ্ণ
ৰাজ্য়- ১৯৮৭ , ৫৬তম সংবিধান সংশোধনীৰ জৰিয়তে
সিকিম ভাৰতৰ
অন্তৰ্গত পূৰ্ণ ৰাজ্য়- ১৯৭৫ , ৩৬ তম সংবিধান সংশোধনীৰ জৰিয়তে
জম্মু কাশ্মীৰক
UT বনোৱা হয়- ৩১ অক্টোবৰ ২০১৯ ত।
দাদোৰ নগৰ হাৱেলী
আৰু দমন দিওক একেলগে মিলাই UT বনোৱা হয়- ২৬ জানুৱাৰী ২০২০ ত।
এক বিধায়ক এক
পেঞ্চন যোজনা – পঞ্জাৱ চৰকাৰে ঘোষণা কৰে।
লোক মিলনী
যোজনা- পঞ্জাৱ চৰকাৰে ঘোষণা কৰে।
প্ৰয়োগিক সন্মিলনী-
পাঞ্জাৱত হয়।
অনুচ্ছেদ ২১-
এয়া সংবিধানৰ আটাইতকৈ ডাঙৰ অনুচ্ছেদ। প্ৰাণ আৰু দৈহিক অধিকাৰ প্ৰদান কৰা হৈছে।
গোপনীয়তা(Privacy)ৰ অধিকাৰ-পুট্টাস্বামী গোচৰ। টোপনী(Sleep) দিয়াৰ অধিকাৰ- বাবা ৰামদেৱ গোচৰ।
অনচ্ছেদ ২১ A- ৮৬তম সংবিধান সংশোধনীৰ জৰিয়তে মৌলিক অধিকাৰ হিচাপে
শিক্ষাৰ অধিকাৰ (RTE as F.R.) যোগ কৰা হৈছে।
My life my mission- বাবা ৰামদেৱ
Raced my life -মিলখা সিং
‘800’ -মুথৈয়া
মুৰলীধৰণ
The Test of My Life- যুবৰাজ সিং
Playing it my way- সচীন টেণ্ডুলকাৰ
Believe- সুৰেস ৰাইনা
No Spin- শ্বেন ৱান
লদাখৰ উৎসৱ
হেমিছ উৎসৱ-
লোসৰ উৎসৱ-
স্ফুটিক গস্টৰ উৎসৱ-
সিন্ধু-দৰ্শন যাত্ৰা- লদাখত আয়োজিত হয়।
থিকসে উৎসৱ- লদাখত আয়োজিত হয়।
মনোলম চেনমো উৎসৱ- লেহ (লদাখ) ত হয়। শান্তি আৰু সুখ বৰ্তাই ৰখাৰ বাবে ইয়াক পালন কৰা হয়।.
তুলিপ উৎসৱ- জম্মু-কাশ্মীৰত হয়।
ভুমচু উৎসৱ- সিক্কিমত হয়।
লোসাং উৎসৱ- সিক্কিমত হয়।
0 Comments